ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ! গ্ৰীষ্মপ্ৰবাহৰ বাবে শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা....

school

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যক
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে ৰাজ্যৰ প্ৰতিটো শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ
গ্ৰীষ্মপ্ৰবাহৰ বাবে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান, পাঠদান চলিব দুপৰীয়া ১২.৩০ বজালৈ
সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা
প্ৰাৰ্থনা সভা বিদ্যালয়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ নিৰ্দেশ
ছাত্ৰ-ছাত্ৰীৰ বাবে কোট আৰু টাই বাধ্যতামূলক কৰিব নোৱাৰিব
শিক্ষাৰ্থীসকলে সুবিধা হিচাপে জোতাৰ পৰিৱৰ্তে পিন্ধিব পাৰিব ছেণ্ডেল
শ্ৰেণীকোঠাত থাকিব লাগিব ফেনৰ লগতে অন্যান্য সুবিধা
লোডশ্বেডিং হ'লে থাকিব লাগিব পাৱাৰ বেকআপৰ সুবিধা

Category