
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদলৈ নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰীৰ বাসগৃহত সম্পন্ন NDAৰ বৈঠক
NDAৰ নেতাৰূপে নৰেন্দ্ৰ মোদীক নিৰ্বাচন
বৈঠকত নেতা নিৰ্বাচনৰ প্ৰস্তাৱ গৃহীত
৭ জুনত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব NDAৰ নেতৃত্বই
চৰকাৰ গঠনৰ দাবীৰে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক
NDAৰ বৈঠকত অগপ সভাপতি অতুল বৰা
বৈঠকত অংশগ্ৰহণ UPPLৰ সভাপতি প্ৰমোদ বড়োৰ
Category
- Log in to post comments