
মহানগৰীৰ নাৰেংগীত চাঞ্চল্যকৰ ঘটনা
এজন শিক্ষকৰ পৰা কৌশলেৰে ধন লুট
দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৪০ হাজাৰ টকা
ATM কাৰ্ড সলনি কৰি দুই যুৱকে লুটিলে ধন
গীতানগৰৰ বাসিন্দা দিবাকৰ বৈশ্যৰ লগত ঘটিল এই ঘটনা
দিবাকৰে প্ৰথমে উলিয়াইছিল ৩ হাজাৰ টকা
২ যুৱকে ATM কাৰ্ড সলাই লুটি নিলে ধনখিনি
ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে আৰক্ষীৰ
Category
- Log in to post comments