
নিলম্বিত ACS সুকন্যা বৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল
বিশেষ আদালতত অভিযোগনামা দাখিল CM ভিজিলেঞ্চৰ
১,১৩৩ পৃষ্ঠা জোৰা অভিযোগ নামা দাখিল CMVৰ
আয়বহিৰ্ভুত সম্পত্তিৰ তথ্যও সদৰী আৰক্ষীৰ
৭ বছৰীয়া কাৰ্যকালত সুকন্যাই গঢ়িছে বিশাল সম্পত্তি
ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মেৰে গঢ়িছিল সম্পত্তি
কাৰাবন্দী সুকন্যাৰ আয়বহিৰ্ভুত সম্পত্তি বৃদ্ধি ৭৮৬.২৬%
ADC কামৰূপ (ম) হৈ থকা কালত বৃদ্ধি সম্পত্তিৰ পৰিমাণ
প্ৰায় ৮ কোটি ১৫ লাখ টকাৰ সম্পত্তিৰ পাহাৰ সুকন্যাৰ
সুকন্যা বৰাৰ বিৰুদ্ধে বিশেষ আদালতত দাখিল অভিযোগনামা
Category
- Log in to post comments