গুৱাহাটীত কিয় যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে? জানো আহক........

traffic

গুৱাহাটীত যান-বাহন আৰক্ষীৰ কিছু নতুন নিৰ্দেশনা
ভূতনাথ, এম জি ৰোডৰ কিছু অংশত বন্ধ হ’ব যান-বাহনৰ চলাচল
মাছখোৱাৰো কিছু অংশত বন্ধ হ’ব যান-বাহনৰ চলাচল
গুৱাহাটী-উঃ গুৱাহাটী সংযোগী উৰণ সেতু নিৰ্মাণৰ বাবে এই সিদ্ধান্ত
মূল পথৰ কিছু অংশত যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা
মূল পথত থাকিব ডাইভাৰছনৰ ব্যৱস্থা
সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী এই নতুন নীতি
সৰ্বসাধাৰণক বিকল্প পথ গ্ৰহণৰ আহ্বান যান-বাহন আৰক্ষীৰ

Category
Profile picture for user UB Photos