১০ ফেব্ৰুৱাৰীত অসমলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়, কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতিগৰাকী.........

Jagdeep Dhankhar

১০ ফেব্ৰুৱাৰীত অসমলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়
কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি
উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন
দুদিনৰ বাবে গুৱাহাটীৰ পদপথৰ দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ
জালুকবাৰীৰ পৰা খানাপাৰালৈ পদপথত বহিব নোৱাৰিব দোকান
কাহিলিপাৰা, লালগণেশলৈও পদপথত দোকান বহুওৱাত নিষেধাজ্ঞা
উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ জিলা প্ৰশাসনৰ সিদ্ধান্ত
১০ ফেব্ৰুৱাৰীত দশম আৰক্ষী ছাউনীত উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী
জিলা উপায়ুক্ত কাৰ্যালয়ত উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ বৈঠক

Category
Profile picture for user UB Photos