ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা.........

india

ভাৰত-ম্যানমাৰ সীমান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা
ভাৰত-ম্যানমাৰ সীমান্তৰে অহা-যোৱা বন্ধৰ নিৰ্দেশ
ইতিপূৰ্বে সীমান্তৰে বাধা নোহোৱাকৈ আছিল আহ-যাহ

সামাজিক মাধ্যমত অমৃত শ্বাহৰ এই ঘোষণা
দুদিনৰ পূৰ্বে অমৃত শ্বাহে কৰিছিল গুৰুত্বপূৰ্ণ ঘোষণা
ভাৰত-ম্যানমাৰ সীমান্তৰ ১,৬৪৩ কি.মি.ত হ’ব সীমান্ত দেৱাল
ব্যৱস্থা কৰা হ’ব সীমান্ত প্ৰেট্ৰ’লিঙৰ
মণিপুৰত হৈ থকা হিংসাত্মক ঘটনাৰ বাবে এই সিদ্ধান্ত

অভিযোগ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰে অহা-যোৱা কৰি দুষ্কৃতিকাৰীয়ে মণিপুৰত ভিন্ন সময়ত সংঘটিত কৰিছে বিভিন্ন কূটাঘাতমূলক কাৰ্য। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Category
Profile picture for user UB Photos