অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে অন্তিম সুযোগ ভাৰতীয় মহিলা হকী দলৰ...........

olympic

২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ ভাৰতীয় মহিলা হকী দলটোৱে যোগ্যতা অৰ্জন কৰিব নে? পেৰিছ অলিম্পিকৰ কোৱালিফায়াৰৰ বাবে ভাৰতীয় মহিলা হকী দলৰ অন্তিম সুযোগ। আজি ভাৰতীয় দলটোৱে খেল পথাৰত জাপানৰ লগত মুখামুখি হ’ব। অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে এই মেচখন ভাৰতীয় দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ।

আজি বিয়লি ৪বজাত অনুষ্ঠিত হ’ব ভাৰত আৰু জাপানৰ মাজত এই কোৱালিফায়াৰ খেলখন। যদি খেলখনত ভাৰতীয় দলটি জাপানৰ হাতত পৰাস্ত হয় তেনেহ’লে অলিম্পিকৰ পৰা বাহিৰ হ’ব লাগিব।

Category