গুজৰাটৰ বিলকিছ বানু ধৰ্ষণৰ ঘটনা, বিলকিছ বানুলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ..........

bano

গুজৰাটৰ বিলকিছ বানু ধৰ্ষণৰ ঘটনা
বিলকিছ বানুলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ
২০০২ চনৰ গুজৰাট সংঘৰ্ত ধৰ্ষিতা হৈছিল বানু
১১ অভিযুক্তই হত্যা কৰিছিল পৰিয়ালক
২০২২ চনৰ মে’ত দোষমুক্ত ঘোষিত হৈছিল ১১ অভিযুক্ত
২০২২ চনৰ ১৫ আগষ্টত মুক্তি পাইছিল ১১ অভিযুক্তই
নিম্ন আদালতৰ অসন্তুষ্ট ধৰ্ষিতা বিলকিছ বানু
ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বানু
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
গুজৰাটৰ ৰাজ্য চৰকাৰক ককৰ্থনা সৰ্বোচ্চ ন্যায়ালয়ৰ
শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ ১১ অভিযুক্তক

Category
Profile picture for user UB Photos