EDৰ বিষয়াক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য! তামিলনাডু আৰক্ষীৰ তদাৰকী শাখাৰ জালত ED বিষয়া.........

ED

EDৰ বিষয়াক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য
তামিলনাডু আৰক্ষীৰ তদাৰকী শাখাৰ জালত ED বিষয়া
২০ লাখ টকাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বিষয়াজন
অংকিত তিৱাৰী নামৰ বিষয়াজন আৰক্ষীৰ জিম্মাত
চেন্নাইৰ ED কাৰ্যালয়ত তালাচী ভিজিলেন্সৰ
দিণ্ডিগুলৰ এজন চিকিৎসকৰ পৰা ঘোচ দাবী তিৱাৰীৰ
গোচৰ ৰফাদফা কৰাৰ বিনিময়ত ২০ লাখ টকা দাবী
দাবী কৰা ধন লওঁতেই ভিজিলেন্সৰ জালত তিৱাৰী
ED বিষয়াক গ্ৰেপ্তাৰক লৈ উত্তপ্ত দিল্লী, চেন্নাইৰ ৰাজনীতি
বিৰোধীয়ে পূৰ্ণ সুযোগ লৈছে ED বিষয়াৰ গ্ৰেপ্তাৰৰ ঘটনাত
বিৰোধীক চুপ কৰিবলৈ সততে EDক ব্যৱহাৰৰ অভিযোগ
কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই লৈ সৰৱ বিৰোধী

Category