
উত্তৰ কাশীৰ পৰা আহিছে ভাল খবৰ
সোমবাৰৰ পৰা আৰম্ভ মেনুৱেল হৰাইজেণ্টেল ড্ৰিলিং
সুকলমে পাৰ হ’ল সোমবাৰৰ নিশাৰ খনন অভিযান
নিশাৰ ভিতৰতে ৫০ মিটাৰলৈ সম্পন্ন হৰাইজেণ্টেল ড্ৰিলিং
আৰু ৫ৰ পৰা ৬ মিটাৰ খান্দিলে উদ্ধাৰৰ পথ মুকলিৰ আশা
জনালে সুৰংগ বিশেষজ্ঞ ক্ৰিছ কুপাৰে
১৭ দিনে আবদ্ধ ৪১গৰাকী শ্ৰমিক
৪১ শ্ৰমিকৰ ভিতৰত আছে অসমৰ দুই শ্ৰমিক
আবদ্ধ চেৰফাংগুৰীৰ সঞ্জয় বসুমতাৰী, ৰামপ্ৰসাদ নাৰ্জাৰী
ইফালে সোমৱাৰৰ দিনটোত অঞ্চলটোত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনাই চিন্তিত কৰি তুলিছিল অভিযানকাৰী দলক। কিন্তু সোমবাৰৰ নিশা খননৰ পিছত আকৌ বৃদ্ধি পাইছে আশা।
- Log in to post comments