ৱাংখেড়েত টীম ইণ্ডিয়াৰ শক্তি প্ৰদৰ্শন, নিউজিলেণ্ডৰ সন্মুখত বিশাল স্ক’ৰ ৰোহিত বাহিনীৰ..........

INDIA

ৱাংখেড়েত টীম ইণ্ডিয়াৰ শক্তি প্ৰদৰ্শন
নিউজিলেণ্ডৰ সন্মুখত বিশাল স্ক’ৰ ৰোহিত বাহিনীৰ
বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম ছেমিত ভাৰত¬-নিউজিলেণ্ডৰ যুঁজ
প্ৰথমে বেটিং ধৰি ভাৰতৰ ৪ উইকেটত ৩৯৭ ৰান 
নিউজিলেণ্ডৰ সন্মুখত জয়ৰ বাবে ৩৯৮ৰ টাৰ্গেট
বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক শতক
অপেনাৰ শুভমন গীলৰো দৰ্শনীয় অৰ্ধশতক
আঘাতৰ বাবে ৭৯ ৰান কৰি বিদায় লয় গীলে

Category
Profile picture for user UB Photos