বজাৰত এতিয়া চেঞ্চুৰিৰ দিশে পিঁয়াজ.........

Onion

বজাৰত এতিয়া চেঞ্চুৰিৰ দিশে পিঁয়াজ
সুলভ মূল্যৰ পিঁয়াজ যোগানৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ
মহানগৰীৰ ঠায়ে ঠায়ে বিক্ৰী সুলভ মূল্যৰ পিঁয়াজ
গুৱাহাটীৰ ১২ স্থানত বিক্ৰী সুলভ মূল্যৰ পিঁয়াজ
বশিষ্ঠ, বেলতলা, গণেশগুৰি, দিছপুৰ, লাষ্টগেট
উলুবাৰী, উজানবজাৰ, চানমাৰি, মালিগাঁও, নুনমাটি
ভঙাগড় মাঝাৰ ৰোডতো উপলব্ধ সুলভ মূল্যৰ পিঁয়াজ
হেঙেৰাবাৰীৰ PHEৰ সন্মুখতো উপলব্ধ সুলভ মূল্যৰ পিঁয়াজ
পুৱা ৮ বজাৰ পৰা ১০ বজালৈ খোলা থাকিব বিক্ৰীকেন্দ্ৰ
বিয়লি ৪ বজাৰ পৰাও গ্ৰাহকে লাভ কৰিব পিঁয়াজ
সুলভ মূল্যৰ পিঁয়াজ ল’বলৈ হেতাওপৰা গ্ৰাহকৰ

Category
Profile picture for user UB Photos