প্ৰসংগঃ ওৰাঙৰ শিশু চুৰিৰ ঘটনা, অৱশেষত উদ্ধাৰ ২১ দিনীয়া দেৱশিশুটি......

j

প্ৰসংগঃ ওৰাঙৰ শিশু চুৰিৰ ঘটনা
অৱশেষত উদ্ধাৰ ৪১ দিনীয়া দেৱশিশুটি
শোণিতপুৰৰ কলাকুছিৰ পৰা সুস্থ অৱস্থাত উদ্ধাৰ শিশুটিক
মকবুল হুছেইন নামৰ এজনৰ ঘৰৰ পৰা উদ্ধাৰ আৰক্ষীৰ
২৪ অক্টোবৰত নিশা সংঘটিত হৈছিল এই চুৰিকাণ্ড

j


ওৰাং আৰক্ষীৰ তৎপৰতাত ৩৬ ঘন্টাৰ ভিতৰতে উদ্ধাৰ শিশুটি‌ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।   আৰক্ষীয়ে অভিযান চলাই কলাকুছিৰ মকবুল হুছেইন নামৰ লোকজনল ঘৰৰ পৰা উদ্ধাৰ কৰে শিশুটি। ঘটনা সন্দৰ্ভত মকবুলৰ পত্নী মাজুফা খাটুনকো নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে ওৰাং আৰক্ষীয়ে। মহিলাগৰাকীৰ ভাষ্য মতে মুন্না নামৰ এজন লোকে পালন কৰাৰ বাৱে তেওঁৰ হাতত তুলি দিছিল শিশুটো। শিশুটো চুৰি কাৰ্যত তেজপুৰৰ চহৰ আলী নামৰ লোকজন জড়িত থকা বুলি সন্দেহ। শিশুটো লাভ কৰি আনন্দ প্ৰকাশ শিশুটোৰ মাতৃৰ।
 

Category
Profile picture for user UB Photos