২০১৭ চনৰ ম্যানমাৰৰ হিন্দু গণহত্যা আন্তঃৰাষ্ট্ৰীয় অপৰাধ............

court

ম্যানমাৰৰ হিন্দু গণহত্যা আন্তঃৰাষ্ট্ৰীয় অপৰাধ
ৰাষ্ট্ৰসংঘৰ তদন্তকাৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
ৰহিংগ্যা সন্ত্ৰাসবাদীয়ে ২০১৭ চনত সংঘটিত কৰিছিল এই গণহত্যা
৯৯জন হিন্দু লোকক নৃশংসভাৱে হত্যা কৰিছিল ৰহিংগ্যা সন্ত্ৰাসবাদীয়ে
নিহতৰ ভিতৰত আছিল ২৩টি শিশুও
মৃত্যুদণ্ড দিয়াৰ দৰেই হত্যা কৰা হৈছিল এই হিন্দু লোকসকলক
‘খা মৌং চীক, গণহত্যা ৰূপে কুখ্যাতি লাভ কৰিছিল এই ঘটনাই’
৮গৰাকী হিন্দু নাৰীক অপহৰণ কৰি নিছিল সন্ত্ৰাসবাদীয়ে
বাংলাদেশৰ ৰহিংগ্যাৰ শিবিৰত ৰাখিছিল অপহৃত মহিলাকেইগৰাকীক
জোৰজুলুমকৈ ধৰ্মান্তৰ কৰাইছিল অপহৃত মহিলাকেইগৰাকীক
এই গণহত্যাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল ৰাষ্ট্ৰসংঘৰ বিশেষ কমিটীয়ে
তদন্তকাৰীৰ বিষয়াৰ অভিমত এই গণহত্যা এক আন্তঃৰাষ্ট্ৰীয় অপৰাধ

Category
Profile picture for user UB Photos