পূজাৰ সময়তে হৃদয় বিদাৰক ঘটনা, দুৰ্গা পূজাস্থলীত পদপিষ্ট হৈ মৃত্যু কণমানিৰ...........

Accident

পূজাৰ সময়তে হৃদয় বিদাৰক ঘটনা

দুৰ্গা পূজাস্থলীত পদপিষ্ট হৈ মৃত্যু কণমানিৰ

৫ বছৰীয়া শিশু, ২গৰাকী মহিলাৰ মৃত্যু

অন্য ১৩গৰাকী ভক্ত আহত

বিহাৰৰ গোপালগঞ্জত সংঘটিত এই শোকাৱহ ঘটনা

নৱমীৰ প্ৰসাদ বিতৰণৰ সময়তেই সৃষ্টি হুৱাদুৱাৰ

হেচা-ঠেলাত বাগৰি পৰে এটি ৫ বছৰীয়া শিশু

শিশুটিক আঘাতৰ পৰা বচাবলৈ চেষ্টা ২ মহিলাৰ

পৰিণতিত বৃদ্ধি পাই ঠেলা-হেচা

একাংশ বাগৰি পৰে শিশু, মহিলা ২গৰাকীৰ ওপৰত

ফলত মৃত্যু ঘটে শিশুটিৰ লগতে মহিলা দুগৰাকীৰ

Category
Profile picture for user UB Photos