পুনৰ গুৱাহাটীত জঘন্য ঘটনা! লখিমী নগৰত পিতৃৰ হাততে ধৰ্ষিতা হ’ল কন্যা....

ghy rape

পুনৰ গুৱাহাটীত জঘন্য ঘটনা

লখিমী নগৰত পিতৃৰ হাততে ধৰ্ষিতা হ’ল কন্যা

পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ধৰ্ষণ পাষাণ পিতৃৰ

শিক্ষয়িত্ৰীক অৱগত কৰাৰ পাছতে পোহৰলৈ এই ঘটনা

দেওবাৰে সংঘটিত হৈছিল এই জঘন্য ঘটনা

অনিল শৰ্মাক গ্ৰেপ্তাৰ হাতীগাঁও, ভগদত্তপুৰ আৰক্ষীৰ

অভিযুক্ত অনিল শৰ্মাৰ ঘৰ ডিব্ৰুগড়ত

Category