মহানগৰীৰ দক্ষিণ গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগ তুলিছে পৰিয়ালক লোকে। বিগত ৬ মাহে ধৰ্ষণৰ বলি হৈ আছিল কিশোৰীগৰাকী।
উল্লেখ্য যে, অষ্টম শ্ৰেণীত পঢ়ি থকা ১৪ বছৰীয়া কিশোৰীৰ লগতে পৰিয়ালৰ লোককো নিচাযুক্ত দ্ৰৱ্য খুৱাই কৰিছিল ধৰ্ষণ। ইতিমধ্যে আব্দুল হামিদৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উথ্থাপন হৈছে। পৰিয়ালক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতনৰ অভিযোগ।
আনহাতে, প্ৰেমৰ জালত পেলাই যৌন নিৰ্যাতন কৰিছিল কিশোৰগৰাকীক। লম্পট যুৱকজনৰ বিৰুদ্ধে ভুক্তভোগীৰ লগতে ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ। আনহাতে, ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী।
- Log in to post comments