এছিয়ান গেমছত পদক নিশ্চিত লাভলীনা বৰগোহাঁইৰ.....

Lovlina Borgohain

এছিয়ান গেমছত পদক নিশ্চিত লাভলীনা বৰগোহাঁইৰ

৭৫ কেজি শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনাৰ

দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ছেমিত লাভলীনা

- ব্যৱধানত জয়লাভ লাভলীনা বৰগোহাঁইৰ

দ্বিতীয়বাৰলৈ অলিম্পিকৰ যোগ্যতা অৰ্জন লাভলীনাৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জনেৰে ইতিহাস ৰচিলে লাভলীনাই

অক্টোবৰত ছেমি ফাইনেলত অৱতীৰ্ণ লাভলীনা

এছিয়াডত লাভলীনাৰ অগ্ৰগতিক লৈ উৎফুল্লিত ৰাজ্যবাসী

উল্লেখ্য যে, ২০২২ চনৰ নৱেম্বৰত জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলতো ছুইডেনক পৰাজিত কৰিছিল লাভলীনাই

Category
Profile picture for user UB Photos