Good Luck

বাস্তু শাস্ত্ৰৰ মতে ঘৰ বা অফিচত য’তেই বাঁহৰ গছ ৰখা হয় তাতেই সুখ আৰু সমৃদ্ধিৰ আকৰ্ষণ হয়। বাস্তুৰ মতে ঘৰৰ ভাগ্যবাঁহ সদায় দক্ষিণ-পূব বা উত্তৰ দিশত ৰাখিব লাগে। তেতিয়াহে সফলতা আহে । ঘৰতে ভাগ্যৱান বাঁহৰ পুলি ৰোপণ কৰিলে ইতিবাচকতা আনে, অতি শুভ বুলি ভৱা হয় ।

সুভ বাঁহৰ ভিতৰত আছে লাকী বাঁহ। ই সৌন্দৰ্য্যৰ লগতে সৌভাগ্যৰ তলা খুলি দিয়ে বুলি কোৱা হয়। কিন্তু সঠিক ঠাইত স্থাপন কৰিলেহে ই শুভকামনাক আকৰ্ষণ কৰে বা কৰিব পাৰে । ঘৰৰ সকলো বস্তু বাস্তুত ৰাখিলে সুখ পোৱা যায় বুলি বিশ্বাস কৰা হয় । গছ-গছনিবোৰক সঠিক ঠাইত স্থাপন নকৰিলে ধন-সম্পত্তি আকর্ষণ কৰিব নোৱাৰে।