Single Voter Polling

কেৱল মাত্ৰ এগৰাকী ভোটাৰেৰে ভোটদান সম্পূৰ্ণ হ'ল অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ একক ভোটাৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সফলতাৰে সম্পূৰ্ণ।

arunachal

উল্লেখ্য যে, মালোগাম ভোটকেন্দ্ৰৰ সোখেলা টায়াঙ (৪৪)ৰ এজনী ভোটাৰেহে ভোটদান কৰে। আৰু তাৰ পিছতে মিছন মালোগাম সম্পূৰ্ণ হয়।