Office

ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা। মৰিগাঁৱত এই কৰে ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

নিৰ্দেশনা অনুসৰি,

⬛কাৰ্যালয়ৰ মুৰব্বীক টিকাকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

⬛৩ দিনৰ ভিতৰত কৰ্মচাৰীৰ টিকাকৰণ সম্পূৰ্ণ কৰিব লাগিব।

⬛ভেকচিন নোলোৱাসকলৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিব লাগিব

⬛৬ ছেপ্টেম্বৰত প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত ফলক লগাব লাগিব।

⬛ফলকত লিখা থাকিব ‘আমি সকলোৱে টিকা গ্ৰহণ কৰিছোঁ’

⬛কাৰ্যালয়ৰ মুৰব্বীয়ে এই দায়িত্ব পালন কৰিব লাগিব।

⬛শিক্ষানুষ্ঠানৰ বাবেও একে ব্যৱস্থা।