Ramanujon

চৰ্চাত এখন পাঠশালা। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উজ্বলিল নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰি স্কুল।

১

বিজ্ঞান আৰু কলা শাখাত শীৰ্ষ স্থানত জিলিকিল ৰামানুজনৰ ১৯ গৰাকীকৈ শিক্ষাৰ্থী। আনন্দত মতলীয়া হৈ পৰিছে বিদ্যালয় খনৰ শিক্ষক সকলৰ পৰা ধৰি শিক্ষাৰ্থীসকল। সকলোৰে কষ্টৰ ফল এই সফলতা।