জিলিকিল ৰামানুজন, এজন দুজন নহয় ১৯ জনকৈ শিক্ষাৰ্থীয়ে দখল কৰিলে শীৰ্ষ স্থান।

HS

চৰ্চাত এখন পাঠশালা। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উজ্বলিল নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰি স্কুল।

১

বিজ্ঞান আৰু কলা শাখাত শীৰ্ষ স্থানত জিলিকিল ৰামানুজনৰ ১৯ গৰাকীকৈ শিক্ষাৰ্থী। আনন্দত মতলীয়া হৈ পৰিছে বিদ্যালয় খনৰ শিক্ষক সকলৰ পৰা ধৰি শিক্ষাৰ্থীসকল। সকলোৰে কষ্টৰ ফল এই সফলতা। 

Category
Profile picture for user UB Photos