Docait

মহানগৰীত দিন দুপৰীতে গুলীচালনাৰ ঘটনা। পাঞ্জাবাৰীত গাড়ীৰ ভিতৰতে এজন লোকলৈ দুৰ্বৃত্তৰ গুলীচালনা। পূৰবী ডেইৰীৰ ডিষ্ট্ৰিবিউটৰলৈ লক্ষ্য কৰি গুলীচালনা। GMCH লৈ নিয়াৰ পথতে মৃত্যু হয় ডিষ্ট্ৰিবিউটৰ ৰঞ্জিত বৰাৰ। মূৰত গুলী লাগিছিল ৰঞ্জিত বৰাৰ। বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে গুলীচালনা কৰে দুৰ্বৃত্তই। বৰাৰ ওচৰত আছিল নগদ ধন ২.৫০ লাখ টকা। গুলী কৰি দূৰ্বৃত্তই লুটি নিলে ধন।