Son in Law

কামপুৰ থানাৰ অন্তৰ্গত কঠিয়াতলী পহৰাচকীৰ বৰহোলা গাঁৱত ঘটিছে এক আজৱ ঘটনা। পত্নীক এৰি নিজ বোৱাৰীৰ প্ৰেমত মচগুল ৬২ বছৰীয়া শহুৰ। দুবছৰে প্ৰেমৰ সম্পৰ্কত আছে  ৬২ বছৰীয়া শহুৰ আৰু ৩৫ বছৰীয়া বোৱাৰী। মমতাজ- ছাহজাহান, ৰোমিঅ-জুলিয়েটৰ দৰে অমৰ প্ৰেম কাহানী বহুত শুনিলে।এইবাৰ শুনাম ৬২ বছৰীয়া বৃদ্ধাৰ প্ৰেম কাহিনী।কামপুৰৰ বৰহোলাৰ ৬২ বছৰীয়া বিজয় ডেকা আৰু  তেওঁৰ নিজ বোৱাৰী মাজত চলা প্ৰেম কাহিনী।সাত বছৰৰ আগতে মৃত্যু ঘটিছিল বিজয় ডেকাৰ পুত্ৰৰ।বিধৱা সাজত কেইটামান বছৰ থাকিছিল এটা সন্তুানৰ মাতৃ বোৱাৰী গৰাকী ।দিনবোৰ পাৰ হল।নিজৰ বোৱাৰীক আপোন কৰি লোৱাৰ মন মেলিলে  বিজয় ডেকাই ।আৰম্ভ হল প্ৰেম।ইফালে এই কথা বিজয়ৰ পত্নীৰ জ্ঞা