Himanta Biswa Sarma Super CM

এইবাৰ ছুপাৰ চি এম ৰ আখ্যা পালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ছুপাৰ চি এম আখ্যা দিলে নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে।