tinisukia

মাৰ্ঘেৰিটাৰ ধৰ্ষণ,হত্যাকাণ্ডৰ নতুন মোৰ। কিশোৰীগৰাকীৰ লগত গেং ৰেপ হোৱাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমানেও পলাতক অভিযুক্ত আনন তাঁতীৰ পুত্ৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনন তাঁতীৰ পত্নীক। ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল পাষণ্ডই। অন্যতম অভিযুক্ত আনন তাঁতীক এনকাউণ্টাৰ আৰক্ষীৰ। বৰ্তমান AMCHত চিকিৎসাধীন গুলীবিদ্ধ আনন তাঁতী। পিতা-পুত্ৰই ধৰ্ষণ কৰি হত্যাকৰাৰ সন্দেহ আৰক্ষীৰ। ৩০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে।  ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে হ'ব তদন্ত প্ৰক্ৰিয়া। অপৰাধীয়ে কঠোৰ শাস্তি পোৱাৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে।