লাখ টকা ঘোচ দিও উদয় অসমে পোৱা নাছিল আৰক্ষীৰ চাকৰি! বাচি লৈছিল ‘আলফা’লৈ যোৱাৰ পথ!

Assam

তিনিচুকীয়া জিলাত সংঘটিত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ পিছতেই আলফাৰ লেফটেনেন্ট উদয় অসম ওৰফে উত্তম লাহনৰ নশ্বৰ দেহ আহি পালেহি স্বগৃহত

1

তিনিচুকীয়াৰ পৰা আৰক্ষীৰ বিশাল কনভয়ৰে চৰাইদেউ জিলাৰ সোণাৰি পুৰণি জৱকা গাঁৱত চমজাই দিলে নশ্বৰ দেহ ২০১২ চনতে ঘৰৰ পৰা ওলাই যোৱা লৰাটোৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিলে মাতৃয়ে সকলোৰে চকুত চকুপানী কাৰো ভাষা নাই গাঁৱৰ অজস্ৰ লোক সমবেত 'লহি উদয় অসমৰ ঘৰত দুবাৰকৈ অসম আৰক্ষীত চাকৰি বিচাৰি সাক্ষাৎকাৰ দিছিল যদিও চাকৰি নাপালে উত্তম লাহনে এক লাখ টকা ঘোচ দিও চাকৰিৰ পৰা বঞ্চিত 'বলীয়া ' ঘৰৰ আত্মীয়, গোটৰ পৰা ধাৰ ঋণ কৰি ঘোচ দিয়া টকা ঘূৰাই নোপোৱাত উপায়হীন উত্তমে যোগদান কৰিছিল আলফাত অৱশেষত সেই অসম আৰক্ষীৰ বুলেটৰ কোবত চিৰদিনলৈ গুচি ' উত্তম ওৰফে উদয় অসম

 

 

Category
Profile picture for user UB Photos