Gauripur Bike Thief Death News

বাইক চোৰৰ মৃত্যুক কেন্দ্ৰ কৰি গৌৰীসাগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গৌৰীসাগৰ থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হয় বাইক চোৰ বাবু গোৱালাৰ। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে গৌৰীসাগৰ। লগতে একাংশ স্থানীয়লোকে ঘেৰাও কৰে গৌৰীসাগৰ থানা। মঙলবাৰে গৌৰীসাগৰ থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হয় বাইক চোৰ বাবু গোৱালাৰ।

নিশা আৰক্ষীৰ জালত পৰিছিল বাবু গোৱালা। ইতিমধ্যে, গৌৰীসাগৰ থানাৰ ভাৰপ্তাপ্ত আৰক্ষী বিষয়া সত্যজিত বৰঠাকুৰক নিলম্বন কৰে শিৱসাগৰ আৰক্ষীয়ে।