Assam Government Appointment Letter

এক লাখ নিযুক্তিৰ পথত ৰাজ্য চৰকাৰৰ পুনৰ এখোজ

৩৫টা বিভাগত ৫১৪গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ

কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি পত্ৰ বিতৰণ

শিক্ষা বিভাগত ১৫২ জনক প্ৰদান নিযুক্তি পত্ৰ

লোকনিৰ্মাণ বিভাগত ৭৭ জনক প্ৰদান নিযুক্তি পত্ৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগতো ৯০জনক নিযুক্তি

জলসম্পদত ৪১, পৰিবহণ বিভাগত ১৩জনক নিযুক্তি

বৰ্তমানলৈকে ৮৬ হাজাৰ ৮৮৮টা পদত নিযুক্তি