Education Institute

ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে এক অতিকে লজ্জাজনক ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী।

শিলচৰৰ ৰামানুজ গুপ্তা ডিগ্ৰী কলেজত সংঘটিত হয় এই জঘন্য কাণ্ড।‌ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী লিপ্ত আছিল অসৎ কাৰ্যত। ৫ গৰাকী ছাত্ৰ–ছাত্ৰীৰ অশালীন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল।