Spiritual

বাস্তু শাস্ত্ৰত এনে কিছুমান বিশেষ ফটো আছে যিবোৰ ঘৰত ৰাখিলে ঋণাত্মক শক্তি ধ্বংস হোৱাৰ।লগতে ই ঘৰখনলৈ ধনাত্মক শক্তি বৈ থকাত সহায় কৰে। গতিকে আজি জানো আহক।ঘৰৰ পৰিয়ালটোক সুখী কৰি ৰাখিবলৈ কোন বিধ চৰাইৰ ফটো ৰাখিব লাগে। 

বাস্তু শাস্ত্ৰৰ মতে, এখন ঘৰ ইতিবাচক পৰিৱেশত থকাটো অতিকৈ প্ৰয়োজনীয়। কিয়নো ইতিবাচক পৰিৱেশে ঘৰখনৰ সুখ আৰু সমৃদ্ধিৰ মূল কাৰক। আনহতে, ঘৰখনৰ নেতিবাচক শক্তিয়ে আৰ্থিক সমস্যাকে ধৰি বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। লাহে লাহে ঘৰৰ সুখৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। সদায় উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়।