dr sukriti choudhury

কলমৰ শক্তিশালী ভাষাৰে পাঠকৰ মন মুহি ৰখা ডা০ সুকৃতি চৌধুৰী আৰু নাই। নিজৰ লেখনিৰ জৰিয়তে আনৰ জীৱনত শক্তিশালী প্ৰভাৱ পেলোৱা সু-লেখিকা তথা চিকিৎসক, সৰবৰহী মহিলা সুকৃতি চৌধুৰীয়ে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।