Espresso Machine

দিনটোৰ আৰম্ভণি একাপ কফিৰে কৰাটো চাগে বহুতৰে অভ্য়াস।

সেয়েহে, যিসকলে এচপ্ৰেছ' ভাল পায় আৰু ইয়াৰ অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰে, তেওঁলোকৰ বাবে এই দিনটো বিশেষ।

হয়, আজি ৬ জুন..আজি  এচপ্ৰেছ' যন্ত্ৰৰ আৱিষ্কাৰক এঞ্জেলো মৰিয়ণ্ডোৰ জন্ম জয়ন্তী। গুগলে এচপ্ৰেছ' যন্ত্ৰৰ আৱিষ্কাৰক জন্ম জয়ন্তী উপলক্ষে তৈয়াৰ কৰিছে এক বিশেষ ডুডল। 

Google doodle