Comedian Bharti Singh

ষ্টেণ্ড আপ কমেডিয়ান ভাৰতী সিঙে শেহতীয়াকৈ টিভিৰ এটা অনুষ্ঠানত দাড়ি-গোঁফক লৈ ঠাট্টা কৰাৰ অভিযোগত এছজিপিচিৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

আজি কমেডিয়ানগৰাকীয়ে ক্ষমাপ্ৰাৰ্থনা জনোৱাই। তাৰ বিপৰীতে ডি চি পি পৰমিন্দৰ সিং ভাণ্ডালে কয় যে, এছ জি পি চিৰ এজাহাৰৰ ভিত্তিত কোটৱালী আৰক্ষী থানাত এফ আই আৰ ৰুজু কৰা হৈছে।