Emergency

অসমলৈ আহিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট। মুম্বাইৰ পৰা আহি অসমৰ চানডুবিত ব্যস্ত মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱট।

Emergency

আহিবলগীয়া ছবি 'Emergency'ৰ কামত চানডুবিত আছেহি অভিনেত্ৰীগৰাকী। ইতিমধ্যে শ্বুটিঙৰ লোকেশ্বন আৰু বিষয়বস্তু নিৰ্বাচন কৰিছে টীমটোৱে।