বিপদৰ সময়ত দেশবাসীক এৰি প'লেণ্ডলৈ পলাই গ'ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। ইউক্ৰেইন এৰি পলালে ভল'ডিমিৰ জেলেনস্কি।
বৰ্তমান প'লেণ্ডত আছে ৰাষ্ট্ৰপতিগৰাকী। ৰাছিয়াৰ সংবাদ মাধ্যমৰ দাবী অনুসৰি জেলেনস্কি পলাই গৈছে প'লেণ্ডলৈ। পিছে ৰাছিয়াৰ সংবাদ মাধ্যমে যদিও এই দাবী কৰিছে তথাপি জেলেনস্কিয়ে দেশ এৰি গৈছে নে নাইযোৱা সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।