Mudslide

ব্ৰাজিলত ভয়ংকৰ ভূমিস্খলন।ভূমিস্খলনত নিহত লোকৰ সংখ্যা বৰ্তমান ৯৪জন বুলি জানিব পৰা গৈছে।

landslide 2

প্ৰৱল বৃষ্টিপাতৰ ফলত বুধবাৰে ব্ৰাজিলত হোৱা ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ভূমিস্খলনৰ বাবে প্ৰাণ হেৰুৱাইছে বহু লোকে। বৰ্তমানলে নিহতৰ সংখ্যা ৯৪জন।