Rajen Garh

নুমলীগড়ৰ ঢলা কছাৰী গাঁওত নাহৰফুটুকী বাঘৰ ত্ৰাস ।

উল্লেখ্য় যে, গাঁওখনৰ এখন সৰু হাবিৰ পৰা শাক বুটলি আনিবলৈ যাওঁতে অতৰ্কিটে নাহৰফুটুকীয়ে আক্ৰমণত কৰে লোক জনক।লোক জনৰ বুকু,পেট আৰু ডিঙিত আক্ৰমণ কৰে নাহৰফুটুকীটোৱে।

গুৰুত্বৰ ভাৱে আক্ৰমণ কৰা লোকজনৰ নাম ৰাজেন গড়। আহত ৰাজেনক লগে লগে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ।

মনকৰিবলগীয়া যে বৰ্তমানেও বাঘটো অৱস্থান কৰি আছে কাষৰে এখন বাগিচা খনত। দীৰ্ঘ ধৰি ঢলাগুৰি,ঢলা কছাৰী আদি অঞ্চলত মানুহৰ পোহনীয়া জীৱ জন্তু খাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে। যাৰবাবে আতংকিত হৈ আছে বাগিচা খনৰ শ্ৰমিক সকল।