Majuli MLA

  • অৱশেষত ঘোষণা মাজুলীত উপনিৰ্বাচনৰ দিন।
  • ৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা।
  • মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী 
  • মনোনয়ন পত্ৰ প্ৰত্য়াহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী
  • ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ পৰীক্ষা 
  • ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি
  • সৰ্বানন্দ সোনোৱালৰ পদত্য়াগৰ পিছত খালী হৈ আছে বিধায়ক পদ।