73rd Republic Day

১৯৫০ চনৰ আজিৰ (২৬ জানুৱাৰী) দিনটোতেই ভাৰতৰ সংবিধান গৃহীত আৰু কার্যকৰী হৈছিল। সেয়েহে প্ৰতি বছৰে ২৬ জানুৱাৰী দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে উলহ মালহেৰে পালন কৰা হয়।

ভাৰত স্বাধীন হোৱাৰ আগতেই ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ-গঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাচত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয়।

Republic Day