Ulubari Fly Over

উলুবাৰীৰ উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ৱেগনৰ আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পানী কঢ়িওৱা বাহনখনৰ চালক

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাস্পতালত ভৰ্তি কৰায় চালকজনক

ইফালে ঘটনা সংঘটিত কৰি পলায়ন ৱেগনৰৰ চালকৰ

আনহাতে দুৰ্ঘটনাৰ ফলত তীব্র যান-জঁটৰ সৃষ্টি হয় উৰণীয়া সেতুত