Illegal Tax

পাৰ্কিঙৰ নামত অবৈধ ভাৱে ধন সংগ্ৰহ কৰা দালালৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান।

পল্টনবজাৰ আৰু পাণবজাৰত অবৈধ ভাৱে ধন সংগ্ৰহ কৰি থকা দুটা দালালক কৰায়ত্ব।

চানক্য পাঠক আৰু বাবলু ৰায় নামৰ দালাল দুটাক আৰক্ষীৰ সহযোগত কৰায়ত্ব কৰে পৌৰ নিগমে।

পৌৰ নিগমৰ পুৰণি নথি পত্ৰ লৈ অবৈধ ভাৱে ধন সংগ্ৰহ কৰি আছিল দুই দালালে।

সম্প্ৰতি পাণবজাৰ থানাত ৰখা হৈছে দালাল চানক্য পাঠক আৰু বাবলু ৰায়ক।