Accident Free Night

নিশাৰ ৰাজপথত হঠাৎ উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ ৰাজপথত এইদৰে দেখা গ’ল মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে হাঁহি হাঁহি সম্ভাষণ জনালে ৰাজপথত চলা ইখনৰ পিছত সিখন বাহনৰ চালকক।

CM

ওৰে নিশা মহানগৰীৰ ৰাজপথত মুখ্যমন্ত্ৰীক ব্যতিক্ৰমী ৰূপত দেখা পোৱাৰো আছে অন্যতম কাৰণ।