Janata Bhawan

স্বাধীনতা দিৱসৰ অভিনৱ আয়োজন ৰাজ্য চৰকাৰৰ

এইবাৰ ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ব স্বাধীনতা দিৱস

স্বাধীনতাৰ অমৃত মহোৎসৱ ন ন প্ৰয়াস

৮ আগষ্টৰ পৰা হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী

৮ আগষ্টত অনুষ্ঠিত হ’ব শিলাফলক কাৰ্যসূচী

সকলো গাঁও পঞ্চায়তত স্থাপন কৰা হ’ব একোখনকৈ ফলক

ফলকত থাকিব স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদৰ নাম

কোনোবা পঞ্চায়তত তেনে ব্যক্তি নাথাকিলে মুক্তিযোদ্ধাৰ নাম থাকিব

গাঁও পঞ্চায়ত, পৌৰসভাত ৭৫টাকৈ গছপুলি ৰোপণ

৯ৰ পৰা ১৪ আগষ্টলৈ হ’ব গছপুলি ৰোপণ কাৰ্যসূচী

১৩ আগষ্টত দীঘলীপুখুৰীপাৰত আৰক্ষীৰ মাৰ্চ পাষ্ট