অসম আৰক্ষীত ব্যাপক ৰদ-বদল! কেইবাজনো APS বিষয়াক বদলি গৃহ বিভাগৰ....

janata bhawan

অসম আৰক্ষীত ব্যাপক ৰদ-বদল
কেইবাজনো APS বিষয়াক বদলি গৃহ বিভাগৰ
প্ৰণৱজ্যোতি গোস্বামীক AIGPৰ প্ৰশাসনৰ দায়িত্ব
অমিতাভ সিন্হাক CIDৰ SP হিচাপে বদলি
১৬নং APBnৰ নতুন অধিনায়ক সত্যজিৎ নাথ
১৮নং APBnৰ অধিনায়কৰ দায়িত্ব ডম্বৰুধৰ হাজৰিকাক
ডঃ মহেন্দ্ৰ গগৈক AIGP হিচাপে মুখ্য কাৰ্যালয়লৈ বদলি
জাকিৰ হুছেইন ১৬নং বেটেলিয়নৰ নতুন অধিনায়ক
তৃতীয় বেটেলিয়নৰ অধিনায়কৰ দায়িত্ব গায়ত্ৰী কোঁৱৰক
নিত্যৰঞ্জন চুতীয়াক ১৯নং বেটেলিয়নৰ কামাণ্ডেণ্টৰ দায়িত্ব
ইফতাখৰ আলীক ACPৰ প্ৰট’কল হিচাপে বদলি

Category