Philippines

ফিলিপাইনছত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল৷

ৰায় (Typhoon Rai in Philippines) নামৰ বিধংসী ধুমুহাই বৰ্তমানলৈকে প্ৰাণ কাঢ়িছে প্ৰায় ১৬৯জন লোকৰ৷ তাৰ ভিতৰত ভিছায়া নামৰ এলেকাৰ অধিকাংশ ১২৯ জন লোক মৃত্যুমুখত পৰিছে৷ তদুপৰি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি প্ৰায় ৫০ গৰাকীকৈ লোক এতিয়াও সন্ধানহীন হৈ আছে৷