সুদীৰ্ঘ ২১ বছৰৰ অন্তত পুনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল ভাৰতে।
বিশ্বৰ ভিতৰত ভাৰতৰ সুন্দৰীয়ে লাভ কৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ।
অভিনেত্ৰী লাৰা দত্তই শেষবাৰৰ বাবে ২০০০ চনত খিতাপ জয় কৰিছিল।
ইজৰাইলত অনুষ্ঠিত হৈছিল ৭০ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত বিজয়ী হয় ভাৰতৰ ২১ বছৰীয়া সুন্দৰী হাৰনাজ সান্ধু ।