Parenthood

বলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ জীৱনলৈ আহিল নতুন আলহী। অভিভাৱক হ’ল বহু চৰ্চিত যুটী প্ৰিয়ংকা আৰু নিক। শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে অনুৰাগীক এই কথা জনালে প্ৰিয়ংকাই।

https://www.instagram.com/p/CZAJvizvjf4/?utm_source=ig_web_copy_link